শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

আক্ৰান্তৰ সংখ্যা ২০ লাখ পাৰ, সন্ধানহীন মোডী চৰকাৰঃ ৰাহুল গান্ধী…

357

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। বৃহস্পতিবাৰলৈ দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত লোক সংখ্যা ২০ লাখৰ অধিক হয়।

এই সন্দৰ্ভত টুইটাৰত কংগ্ৰেছ নেতাগৰাকীয়ে লিখিছে- ‘আক্ৰান্তৰ সংখ্যা ২০ লাখৰ পাৰ, সন্ধানহীন মোডী চৰকাৰ।’ ইয়াৰে লগতে তেওঁৰে পুৰণি টুইট এটা ৰি-টুইট কৰে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতা গৰাকীয়ে ১৭ জুলাই, ২০২০ত কৰিছিল টুইটটো। যেতিয়া ভাৰতত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০ লক্ষাধিক হৈছিলগৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি