আক্ৰান্তৰ সংখ্যা ২০ লাখ পাৰ, সন্ধানহীন মোডী চৰকাৰঃ ৰাহুল গান্ধী…

আক্ৰান্তৰ সংখ্যা ২০ লাখ পাৰ, সন্ধানহীন মোডী চৰকাৰঃ ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। বৃহস্পতিবাৰলৈ দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত লোক সংখ্যা ২০ লাখৰ অধিক হয়।

এই সন্দৰ্ভত টুইটাৰত কংগ্ৰেছ নেতাগৰাকীয়ে লিখিছে- 'আক্ৰান্তৰ সংখ্যা ২০ লাখৰ পাৰ, সন্ধানহীন মোডী চৰকাৰ।' ইয়াৰে লগতে তেওঁৰে পুৰণি টুইট এটা ৰি-টুইট কৰে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতা গৰাকীয়ে ১৭ জুলাই, ২০২০ত কৰিছিল টুইটটো। যেতিয়া ভাৰতত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০ লক্ষাধিক হৈছিলগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in