ভাৰতত অন্য ৰোগত আক্ৰান্ত প্ৰতি ৫ জনৰ ভিতৰত এজনৰ কোৰোনাত মৃত্যু – কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ভাৰতত অন্য ৰোগত আক্ৰান্ত প্ৰতি ৫ জনৰ ভিতৰত এজনৰ কোৰোনাত মৃত্যু – কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ডিজিটেল ডেস্ক : ভাৰতত কোৰোনা ভাইৰাছৰ ফলত ৫ জনৰ আক্ৰান্তৰ মাজত এজন অন্য ৰোগত আক্ৰান্ত এজন লোকৰ মৃত্যু হয় । এতিয়ালৈকে মৃত্যু হোৱা মৃত্যুৰ সংখ্যা মুঠ কোৰোনা মৃত্যুৰ ১৭.৯ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত এই কথা জানিব পৰা গৈছে।  

এজন ব্যক্তি স্বাস্থ্যৱান ব্যক্তিৰ তুলনাত ইতিমধ্যে বেলেগ ৰোগত আক্ৰান্ত হৈ আছে আছে, তেন্তে তেওঁ কৰোনাৰ পৰা মৃত্যুহোৱাৰ সম্ভাৱনা ১৫ গুণ অধিক। যদি কোভিড ১৯ সংক্ৰমিত হোৱাৰ পিছত ৰোগীৰ উচ্চ ৰক্তচাপ, ডায়বেটিচ, হৃদযন্ত্ৰ, যকৃত বা বৃক্কৰ ৰোগ থাকে, তেন্তে তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক। 

অৱশ্যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পূৰ্বৰ বিজ্ঞানীসকলেও ইতিমধ্যে কোনো ৰোগত ভুগি থকা ৰোগীৰ কোৰোনাৰ পৰা মৃত্যুৰ সম্ভাৱনা কথা ব্যক্ত কৰিছিল । চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰতত কোৰোনাত মৃত্যুৰ লগতে অন্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তথ্য মুকলি কৰিছে।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in