হাৰিয়ানাত ২৭ জুলাইৰ পৰা খোলা হ’ব বিদ্যালয়…

হাৰিয়ানাত ২৭ জুলাইৰ পৰা খোলা হ’ব বিদ্যালয়…
  • প্ৰতিদিনাই দেশত বৃদ্ধি পাবলৈ দৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ।
  • এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ ফলত বন্ধ ৰাখিব লগা হৈছে শিক্ষানুষ্ঠানসমূহ।
  • অৱশ্যে হাৰিয়ানাত অহা ২৭ জুলাইৰ পৰা খোলা হ'ব সকলো বিদ্যালয়।
  • কিন্তু ৩১ জুলাইলৈ বন্ধ ৰখা হ'ব ৰাজ্যখনৰ মহাবিদ্যালয়সমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in