সমগ্ৰ বিশ্বত কোৰোনাই প্ৰাণ ল’লে ৭৪,৭৬৭ গৰাকী লোকৰ, পঢ়ক সবিশেষ…

সমগ্ৰ বিশ্বত কোৰোনাই প্ৰাণ ল’লে ৭৪,৭৬৭ গৰাকী লোকৰ, পঢ়ক সবিশেষ…

সময়ঃ ৭ এপ্ৰিল পুৱা ১০.০০ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৩৪৭,২৩৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৭৪,৭৬৭ জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৫২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ( ৩৬৭,৬২৯জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ১০,৯৪১জন।
• ইটালীঃ ১৬,৫২৩জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,৩৪১জন।
• ইৰাণঃ ৩,৭৩৯ জন।
• ইংলেণ্ডঃ ৫৩৭৩জন।
• ফ্ৰান্সঃ ৮৯১১জন।
• বাংলাদেশঃ ১২ জন।
• পাকিস্তানঃ ৫৩জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৭জন।
• গ্ৰীচঃ ৭৯জন।
• জাপানঃ ৮৫জন।
• ভাৰতঃ ১৩৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৪৭৭৯জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১৩৩জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৭
  • মহাৰাষ্ট্ৰঃ ৮৬৮
  • কেৰালাঃ ৩২৭
  • তামিলনাডুঃ ৬২১
  • দিল্লীঃ ৫২৫
  • অন্ধ্ৰপ্ৰদেশঃ ৩০৩
  • ৰাজস্থানঃ ৩০১
  • তেলেংগানাঃ ৩৬৪
  • উত্তৰপ্ৰদেশঃ ৩০৫
  • কৰ্ণাটকঃ ১৬৩
  • মধ্যপ্ৰদেশঃ ২৫৬
  • গুজৰাটঃ ১৪৬
  • জম্মু-কাশ্মীৰঃ ১০৯
  • পঞ্জাৱঃ ৭৯
  • হাৰিয়ানাঃ ১১০
  • পশ্চিমবংগঃ ৮০
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ৩১
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in