আমেৰিকাত প্ৰায় ডেৰ লক্ষাধিক লোকৰ দেহত ক’ভিড-১৯ঃ ইটালী, স্পেইন, ইংলেণ্ডতো অভাৱনীয় পৰিস্থিতি…

আমেৰিকাত প্ৰায় ডেৰ লক্ষাধিক লোকৰ দেহত ক’ভিড-১৯ঃ ইটালী, স্পেইন, ইংলেণ্ডতো অভাৱনীয় পৰিস্থিতি…

সময়ঃ ৩০ মাৰ্চ, ২০২০ৰ দুপৰীয়া ১২.০০ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৭২৩, ৩৪৪জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩৩, ৯৯৩ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৪২, ৭৩৫জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,৪৮৮জন।
• ইটালীঃ ১০,৭৭৯জন।
• চীনঃ ৩,৩০৪জন।
• স্পেইনঃ ৬,৮০৩জন।
• ইৰাণঃ ২,৬৪০জন।
• ইংলেণ্ডঃ ১২২৮জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৮জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৮জন।
• গ্ৰীচঃ ৩৯জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ২৯জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১১৭৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ২৯জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২১৫
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৭০
• উত্তৰপ্ৰদেশঃ ৭২
• গুজৰাটঃ ৬৯
• ৰাজস্থানঃ ৬০
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৯
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৪৭
• জম্মু-কাশ্মীৰঃ ৪১
• পশ্চিমবংগঃ ২১
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২৩
• লাডাখঃ ১

  • আন্দমান নিকোবৰঃ ১০
  • ছণ্ডীগড়ঃ ৮
  • ছত্তীশগড়ঃ ৭
  • উত্তৰাখণ্ডঃ ৭
  • গোৱাঃ ৫
  • হিমাচলপ্ৰদেশঃ ৩
  • ওড়িশ্যাঃ ৩
  • মণিপুৰঃ ১
  • মিজোৰামঃ ১
  • পুডুচেৰীঃ ১

৩০ মাৰ্চত ভাৰতত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰু দুজন লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in