শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

বলিউদত কোৰোনাৰ প্ৰভাৱঃ ৩১ মাৰ্চৰ লৈকে নহয় কোনো শ্বুটিং…

482

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো ৰাজ্যত শিক্ষানুষ্ঠানসমূহৰ লগতে চিনেমা হ’ল, জিম আদিৰো বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। এই সকলো ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বলিউদৰ কলা-কৌশলী সকলেও দেওবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

দেওবাৰে মুম্বাইত পৰিচালক, অভিনেতা-অভিনেত্ৰীসকলোৱে একলগ হৈ মিলিত হয় এক বৈঠকত। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে, অহা ৩১ মাৰ্চৰ লৈকে চিনেমাৰ লগতে কোনো চিৰিয়েল, ৱেব চিৰিজৰ শ্বুটিং কৰা নহয়। কেইবাটাও ছবি প্ৰযোজনা কৰা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে এই বৈঠকৰ সিদ্ধান্ত সমৰ্থন কৰি সকলো ছবিৰ কাম ৩১ মাৰ্চৰ পিছতহে আৰম্ভ কৰা হ’ব বুলি সংবাদ মাধ্যমক জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি