প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ৩১ মাৰ্চ, ২০২০ৰ সন্ধিয়া ৬ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৮০২,৮৩১জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩৯,০২০জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১১,৫৯১জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৬৪,৪৩৫জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ৩,১৭৫জন।
• ইটালীঃ ১১,৫৯১জন।
• চীনঃ ৩,৩০৫জন।
• স্পেইনঃ ৮,১৮৯জন।
• ইৰাণঃ ২,৮৯৮জন।
• ইংলেণ্ডঃ ১,৪০৮জন।
• ফ্ৰান্সঃ ৩০২৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২৫জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ১৭জন।
• গ্ৰীচঃ ৪৬জন।
• জাপানঃ ৫৬জন।
• ভাৰতঃ ৪৮জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,৪৪জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৪৮জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৩৪
• মহাৰাষ্ট্ৰঃ ২৪৮
• কৰ্ণাটকঃ ৯৮
• তেলেংগানাঃ ৭৭
• উত্তৰপ্ৰদেশঃ ১০১
• গুজৰাটঃ ৭৩
• ৰাজস্থানঃ ৯৩
• তামিলনাডুঃ ৭৪
• দিল্লীঃ ৯৭
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৩৬
• মধ্যপ্ৰদেশঃ ৬৬
• জম্মু-কাশ্মীৰঃ ৫৫
• পশ্চিমবংগঃ ২৭
• বিহাৰঃ ১৬
• অন্ধ্ৰপ্ৰদেশঃ ৪০
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৩
• ছত্তীশগড়ঃ ৮
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in