শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

COVID-19ত আক্ৰান্ত হৈ ক’ত কিমান লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

4,565

সময়ঃ ৪ এপ্ৰিল২০২০ৰ নিশা ৯ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৫৩,০৪৭জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৬১,৬৪৯জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৪,৬৮১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৯০,৯২০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 আমেৰিকাঃ ৭,৮৪৪জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২৬জন।
• স্পেইনঃ ১১,৭৪৪জন।
• ইৰাণঃ ৩৪৫২জন।
• ইংলেণ্ডঃ ৪৩১৩জন।
• ফ্ৰান্সঃ ৬৫০৭জন।
• বাংলাদেশঃ ৮জন।
• পাকিস্তানঃ ৪১জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৩জন।
• গ্ৰীচঃ ৬৮জন।
• জাপানঃ ৬৯জন।
• ভাৰতঃ ৯১জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৪৯৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৯১জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৫
  • মহাৰাষ্ট্ৰঃ ৫৩৭
  • কেৰালাঃ ৩০৬
  • তামিলনাডুঃ ৪৮৫
  • দিল্লীঃ ৪৪৫
  • অন্ধ্ৰপ্ৰদেশঃ ১৯০
  • ৰাজস্থানঃ ২০০
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ২২৭
  • কৰ্ণাটকঃ ১৪৪
  • মধ্যপ্ৰদেশঃ ১৫৪
  • গুজৰাটঃ ১০৮
  • জম্মু-কাশ্মীৰঃ ৯২
  • পঞ্জাৱঃ ৬৫
  • হাৰিয়ানাঃ ৮৪
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ২২
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি