শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

3,192

সময়ঃ ৩ এপ্ৰিল২০২০ৰ নিশা ৯ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৫৫,২২৮ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৫,৭৩১জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,৯১৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৫৭,৩৭৯জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 আমেৰিকাঃ ৬,৫৫৮জন।
• ইটালীঃ ১৩,৯১৫জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৫৩৮৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩৫জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৯জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৭৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৯৭৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২০
  • মহাৰাষ্ট্ৰঃ ৪২৩
  • কেৰালাঃ ২৯৫
  • তামিলনাডুঃ ৪১১
  • দিল্লীঃ ৩৮৪
  • অন্ধ্ৰপ্ৰদেশঃ ১৬১
  • ৰাজস্থানঃ ১৬৮
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ১৭২
  • কৰ্ণাটকঃ ১২৮
  • মধ্যপ্ৰদেশঃ ১২৯
  • গুজৰাটঃ ৯৫
  • জম্মু-কাশ্মীৰঃ ৭৫
  • পঞ্জাৱঃ ৫৩
  • হাৰিয়ানাঃ ৫৮
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩০
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৩
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১০
  • গোৱাঃ ৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি