শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত…

568

সময়ঃ ২ এপ্ৰিল, ২০২০ৰ নিশা ১২ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১০,০০,৬৫৭ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৫১,৩৭৮ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,৯১৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৩৫,৭৪৭জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৫,৬২৪জন।
• ইটালীঃ ১৩,৯১৫জন।
• চীনঃ ৩,৩১৮জন।
• স্পেইনঃ ১০,০৯৬জন।
• ইৰাণঃ ৩১৬০জন।
• ইংলেণ্ডঃ ২,৯৬১জন।
• ফ্ৰান্সঃ ৪৪০৩জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩৩জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩০জন।
• গ্ৰীচঃ ৫৩জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৭২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৫৩৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৭২জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ১৬
  • মহাৰাষ্ট্ৰঃ ৪২৩
  • কেৰালাতঃ ২৮৬
  • তামিলনাডুঃ ৩০৯
  • দিল্লীঃ ২৯৩
  • অন্ধ্ৰপ্ৰদেশঃ ১৪৯
  • ৰাজস্থানঃ ১৩৩
  • তেলেংগানাঃ ১৫৪
  • উত্তৰপ্ৰদেশঃ ১২১
  • কৰ্ণাটকঃ ১২৪
  • মধ্যপ্ৰদেশঃ ১০৭
  • গুজৰাটঃ ৮৮
  • জম্মু-কাশ্মীৰঃ ৭০
  • পঞ্জাৱঃ ৪৭
  • হাৰিয়ানাঃ ৪৯
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ২৯
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৩
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১০
  • গোৱাঃ ৫
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি