শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

Covid-19ত আক্ৰান্ত হৈ ৬৮সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

1,550

সময়ঃ ৫ এপ্ৰিল২০২০ৰ নিশা ১২ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৫৬,৩৫৮ জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ,২২৯জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৫,৮৮৭জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (৩২৭,৯২০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ৯,৩২৬জন।
• ইটালীঃ ১৫,৮৮৭জন।
• চীনঃ ৩,৩২৯জন।
• স্পেইনঃ ১২,৪১৮জন।
• ইৰাণঃ ৩৬০৩জন।
• ইংলেণ্ডঃ ৪৯৩৪জন।
• ফ্ৰান্সঃ ৭,৫৬০জন।
• বাংলাদেশঃ ৯জন।
• পাকিস্তানঃ ৪৫জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৫জন।
• গ্ৰীচঃ ৭৩জন।
• জাপানঃ ৭৭জন।
• ভাৰতঃ ১১৭জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৮৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ১৭জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৬
  • মহাৰাষ্ট্ৰঃ ৭৪৮
  • কেৰালাঃ ৩১৪
  • তামিলনাডুঃ ৫৭১
  • দিল্লীঃ ৫০৩
  • অন্ধ্ৰপ্ৰদেশঃ ২৫২
  • ৰাজস্থানঃ ২৬৬
  • তেলেংগানাঃ ৩৩৪
  • উত্তৰপ্ৰদেশঃ ২৭৮
  • কৰ্ণাটকঃ ১৫১
  • মধ্যপ্ৰদেশঃ ১৯৩
  • গুজৰাটঃ ১২৭
  • জম্মু-কাশ্মীৰঃ ১০৬
  • পঞ্জাৱঃ ৬৮
  • হাৰিয়ানাঃ ৯০
  • পশ্চিমবংগঃ ৮০
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ২৬
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৩
  • মিজোৰামঃ ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি