শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

এতিয়ালৈ ৬.৮ লাখ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত, নিশা ৮ বজালৈকে সবিশেষ তথ্য…

1,770

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ সন্ধিয়া বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৮৩,৯৩৭জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩২,৬২জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,০২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১২৩,৮জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,২৩১জন।
• ইটালীঃ ১০,০২৩জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৬,৫২৮জন।
• ইৰাণঃ ২,৬৪০জন।
• ইংলেণ্ডঃ ১২২৮জন।
• ফ্ৰান্সঃ ২,৩১৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৪জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৮জন।
• গ্ৰীচঃ ৩৭জন।
• জাপানঃ ৫২জন।
• ভাৰতঃ ২৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১১২৭জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২০৩
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৬৭
• উত্তৰপ্ৰদেশঃ ৬৯
• গুজৰাটঃ ৬৩
• ৰাজস্থানঃ ৫৬
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ২০
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ১৯
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি