স্পেইনতো কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০হাজাৰ হোৱাৰ দিশে, পঢ়ক সবিশেষ…

স্পেইনতো কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০হাজাৰ হোৱাৰ দিশে, পঢ়ক সবিশেষ…

সময়ঃ  ১ এপ্ৰিল ২০২০, সন্ধিয়া ৮ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৮,৮৪,৯৯৬জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৪৪,২০১জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১২,৪২৮জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৮৯,৬৬১জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ৪,০৯৭জন।
• ইটালীঃ ১২,৪২৮জন।
• চীনঃ ৩,৩১২জন।
• স্পেইনঃ ৯,০৫৩জন।
• ইৰাণঃ ২,৮৯৮জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৩৫২৩জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ২৬জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ২৪জন।
• গ্ৰীচঃ ৪৯জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৫৩জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৯৪৬জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ৫
  • কেৰালাতঃ ২৬৫
  • মহাৰাষ্ট্ৰঃ ৩২৫
  • কৰ্ণাটকঃ ১০১
  • তেলেংগানাঃ ৯৭
  • উত্তৰপ্ৰদেশঃ ১১৬
  • গুজৰাটঃ ৮২
  • ৰাজস্থানঃ ১০৮
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • পঞ্জাৱঃ ৪৬
  • হাৰিয়ানাঃ ৪৩
  • মধ্যপ্ৰদেশঃ ৮৬
  • জম্মু-কাশ্মীৰঃ ৬২
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • অন্ধ্ৰপ্ৰদেশঃ ৮৭
  • লাডাখঃ ১৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in