কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬৫জন আক্ৰান্ত, সুস্থ হৈছে ১৭৭জন…

কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬৫জন আক্ৰান্ত, সুস্থ হৈছে ১৭৭জন…
  • ৰাজ্যত আকৌ ১৬৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ৪৮জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৩৩৩৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰে সুস্থ হয় ১৭৭জন।
  • এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৮৮৪৩জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩৫০৫জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৯৮৫জন লোকৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in