Published on:
Updated on:
- অসমত নতুনকৈ ২০২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
- ইয়াৰে ৩৩জন কামৰূপ মেট্ৰ'ৰ।
- এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৮৩৫জনলৈ পাইছে বৃদ্ধি।
- ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৭৭১জন লোক সুস্থ হৈছে।
- এতিয়ালৈকে অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২০৪০৭৬জনলৈ বৃদ্ধি পাইছে।
- আনহাতে, চিকিৎসাধীন হৈ আছে ৪৭৯৯জন ৰোগী।
- উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫৭জনলৈ বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in