ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন…

ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন…
  • ৰাজ্যত আকৌ ২১৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২০৪৩৮৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সোমবাৰে ৰাজ্যত সুস্থ হৈছে ২৮৩২জন লোক।
  • বৰ্তমানলৈ সুস্থ হৈ উঠিছে ১৮৮৫৮৪জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৪৮৯১জন ৰোগী।
  • বৰ্তমানলৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা ৯০৮জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in