ৰাজ্যত ২৫৮জন কোভিড পজিটিভ, সুস্থ ২৯৪৮…

ৰাজ্যত ২৫৮জন কোভিড পজিটিভ, সুস্থ ২৯৪৮…
  • ৰাজ্যত পুনৰ ২৫৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ৬৬জন কামৰূপ মেট্ৰৰ।
  • ৰাজ্য মুঠ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২০৩৯৬৭জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰে সুস্থ হৈছে ২৯৪৮জন লোক।
  • সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ১৮২৭৯১জনলৈ বৃদ্ধি পাইছেগৈ।
  • আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৯০২জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in