প্ৰতি ঘণ্টাত বৃদ্ধি COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা… পঢ়ক সবিশেষ

প্ৰতি ঘণ্টাত বৃদ্ধি COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা… পঢ়ক সবিশেষ

সময়ঃ  ১ এপ্ৰিল ২০২০, নিশা ৯.৩০ বজালৈ

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৮৬,৫৩৬জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৪৪,২৫১জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১২,৪২৮জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৯০,২৯৭জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ৪,১১৫জন।
• ইটালীঃ ১২,৪২৮জন।
• চীনঃ ৩,৩১২জন।
• স্পেইনঃ ৯,০৫৩জন।
• ইৰাণঃ ৩০৩৬জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৩৫২৩জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ২৬জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ২৪জন।
• গ্ৰীচঃ ৫০জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৫৫জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৯৭৪জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • কেৰালাতঃ ২৬৫
  • অসমঃ ১৩
  • মহাৰাষ্ট্ৰঃ ৩৩৫
  • কৰ্ণাটকঃ ১১০
  • তেলেংগানাঃ ৯৭
  • উত্তৰপ্ৰদেশঃ ১১৬
  • গুজৰাটঃ ৮৭
  • ৰাজস্থানঃ ১০৮
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • পঞ্জাৱঃ ৪৬
  • হাৰিয়ানাঃ ৪৩
  • মধ্যপ্ৰদেশঃ ৮৬
  • জম্মু-কাশ্মীৰঃ ৬২
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • অন্ধ্ৰপ্ৰদেশঃ ৮৭
  • লাডাখঃ ১৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in