কোৰোনা ভাইৰাছঃ বিশ্বত ৪৬,০২,৯০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

কোৰোনা ভাইৰাছঃ বিশ্বত ৪৬,০২,৯০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ১ মে'ৰ নিশা ১২বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,৬০২,০০

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩০,১৩৫

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৮,৯৬৫

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ,৭৪,৮০৬

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৮৭,৯৬৫ জন।
  • স্পেইনঃ ২৭,৪৫৯ জন।
  • ইটালীঃ ৩১,৬১৪জন।
  • ফ্ৰান্সঃ ২৭,৫২৯ জন।
  • চীনঃ ৪,৬৩৩ জন।
  • ইৰাণঃ ৬,৯০২ জন।
  • ইংলেণ্ডঃ ৩৩,৯৯৮ জন।
  • বাংলাদেশঃ ২৯৮ জন।
  • পাকিস্তানঃ ৮০৩ জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ২,৪১৮ জন।
  • গ্ৰীচঃ ১৬০ জন।
  • জাপানঃ ৬৯৭ জন।
  • ভাৰতঃ ২,৭৫৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৮,৭৮৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২,৭৫৩জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৮৯
  • মহাৰাষ্ট্ৰঃ ২৯,১০০
  • গুজৰাটঃ ৯,৯৩২
  • দিল্লীঃ ৮,৮৯৫
  • মধ্যপ্ৰদেশঃ ৪,৫৯৫
  • ৰাজস্থানঃ ৪,৭৪৭
  • তামিলনাডুঃ ১০,১০৮
  • উত্তৰপ্ৰদেশঃ ৪০৫৭
  • অন্ধ্ৰপ্ৰদেশঃ ২,৩০৭
  • তেলেংগানাঃ ১,৪৫৪
  • পশ্চিমবংগঃ ২,৪৬১
  • জম্মু-কাশ্মীৰঃ ১০১৩
  • কৰ্ণাটকঃ ১০৫৬
  • পঞ্জাৱঃ ১,৯৩৫
  • কেৰালাঃ ৫৭৭
  • বিহাৰঃ ১০৩৩
  • হাৰিয়ানাঃ ৮৫৪
  • উত্তৰাখণ্ডঃ ৮২
  • চণ্ডীগড়ঃ ১৯১
  • লাডাখঃ ৪৩
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৬০
  • ঝাৰখণ্ডঃ ২১১
  • মণিপুৰঃ ৩
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৩
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৫৬

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in