বিশ্বত ৪১,৫৩,২৯৩ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

বিশ্বত ৪১,৫৩,২৯৩ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ১০ মে'ৰ নিশা ১২ বজালৈকে

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,৫৩,২৯৩

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২৮,৭৪৪

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৮০,৩৬১

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ,৫৩,৯১৯

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৮০,৩৬১ জন।
  • স্পেইনঃ ২৬,৬২১ জন।
  • ইটালীঃ ৩০,৫৬০ জন।
  • ফ্ৰান্সঃ ২৬,৩৮০ জন।
  • চীনঃ ৪,৬৩৩ জন।
  • ইৰাণঃ ৬,৬৪০ জন।
  • ইংলেণ্ডঃ ৩১,৮৫৫ জন।
  • বাংলাদেশঃ ২২৮ জন।
  • পাকিস্তানঃ ৬৫৯ জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ১,৯১৫ জন।
  • গ্ৰীচঃ ১৫১ জন।
  • জাপানঃ ৬০৭ জন।
  • ভাৰতঃ ২,২১২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৬,১৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২২১২জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৬২
  • মহাৰাষ্ট্ৰঃ ২২,১৭১
  • গুজৰাটঃ ৮১৯৫
  • দিল্লীঃ ৬৯২৩
  • মধ্যপ্ৰদেশঃ ৩,৬১৪
  • ৰাজস্থানঃ ৩,৮১৪
  • তামিলনাডুঃ ৭২০৪
  • উত্তৰপ্ৰদেশঃ ৩,৪৬৭
  • অন্ধ্ৰপ্ৰদেশঃ ১,৯৮০
  • তেলেংগানাঃ ১,১৯৬
  • পশ্চিমবংগঃ ১,৯৩৯
  • জম্মু-কাশ্মীৰঃ ৮৬১
  • কৰ্ণাটকঃ ৮৪৮
  • পঞ্জাৱঃ ১,৮২৩
  • কেৰালাঃ ৫১৩
  • বিহাৰঃ ৬৯৬
  • হাৰিয়ানাঃ ৭০৩
  • উত্তৰাখণ্ডঃ ৬৮
  • চণ্ডীগড়ঃ ১৭৩
  • লাডাখঃ ৪২
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৫৯
  • ঝাৰখণ্ডঃ ১৫৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৩
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৫১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in