ৰাজ্যত পুনৰ ২৬৬৯জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৪,৪০৬জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ২৬৬৯জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৪,৪০৬জনলৈ বৃদ্ধি…
  • ৰাজ্যত ২৬৬৯জনৰ দেহত ধৰা পৰো কোৰোনাৰ উপস্থিতি।
  • ৩৯৯জন কামৰূপ মেট্ৰ', ২৫৯জন ডিব্ৰুগড়, ১৮৯জন কাৰ্বি আংলং, ১৮১জন তিনিচুকীয়াৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৪৪০৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, মঙলবাৰে অসমত সুস্থ হৈছে ১৪৮৭জন লোক।
  • অসমত বৰ্তমানলৈ সুস্থ হোৱা লোকৰ সংখ্যা ৪৫,০৭৩জনলৈ বৃদ্ধি।
  • আনহাতে, চিকিৎসাধীন ১৯,১৭৫জন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in