ৰাজ্যত আকৌ ১০জনৰ দেহত কোভিড পজিটিভ, সুস্থ হৈছে ১৫জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ১০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৩৭জনলৈ বৃদ্ধি পাইছে।
  • দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৫জন লোক।
  • এতিয়ালৈকে অসমত সুস্থ হৈ ঘৰলৈ উভতা লোকৰ সংখ্যা ২১৪৮৩০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৬৮জন ৰোগী।
  • উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯২জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in