অসমত আকৌ ১৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৭জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৬৬৮ জনলৈ পাইছে বৃদ্ধি।
  • ৰাজ্যখনত দেওবাৰে সুস্থ হয় ১৮জন লোক।
  • অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৯৪৭জনলৈ বৃদ্ধি পাইছে।
  • ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৮০জন ৰোগী।
  • ইফালে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৪  জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in