ৰাজ্যত আকৌ ১৮২জন কোভিড পজিটিভ, সুস্থ হৈছে ১১৭জন…

ৰাজ্যত আকৌ ১৮২জন কোভিড পজিটিভ, সুস্থ হৈছে ১১৭জন…
  • ৰাজ্যত আকৌ ১৮২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ৬৪জন লোক কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১২০২১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সুস্থ হৈছে ১১৭জন লোক।
  • এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭৭৬৩জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩২৭৭জন ৰোগী।
  • উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৮জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in