ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি…

ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি…
  • ৰাজ্যত শনিবাৰে আকৌ ২৫৯৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৫৫৩জন কামৰূপ মেট্ৰ, ২০৫জন যোৰহাট, ১৯৯জন লখিমপুৰ আৰু ১৭৩জন গোলাঘাটৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৫৪৫৩জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, শনিবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হয় ১৮৫৬জন ৰোগী।
  • অসমত সুস্থ হোৱা লোকৰ সংখ্যা ১২৫৫৪০জনকৈ বৃদ্ধি হৈছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৩৬২জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ ৫৪৮জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in