অসমত পুনৰ ৫৬৯৯জন কোভিড পজিটিভ, ৯০জনে হেৰুৱাইছে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত।
  • অসমত কোৰোনাত আক্ৰান্তৰ ভিতৰত ৫৭০জন কামৰূপ মেট্ৰ'ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৭৩জন কাচাৰৰ আৰু ৪১৭জন নগাঁৱৰ।
  • ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত সংখ্যা ৩৮৬৮৭০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬২৬৬জন লোক।
  • আনহাতে, দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৯০জন লোকে হেৰুৱাই প্ৰাণ।
  • ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮৮৪জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in