অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…
  • অসমত পুনৰ ৭৮৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১০৭জন কামৰূপ মেট্ৰ'ৰ, ৭২জন গোলাঘাট, ৫০জন লখিমপুৰৰ, ৪৯জন নলবাৰীৰ।
  • এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬৯৮২জনলৈ বৃদ্ধি।
  • দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৪৪৯জন লোক।
  • ইফালে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ১৫জন লোকৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১২৯৫জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in