অসমত আকৌ ১৪জন কোভিড পজিটিভ, সুস্থ হৈছে ১৮জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৪০৬জনলৈ বৃদ্ধি পাইছে।
  • সোমবাৰে অসমত সুস্থ হয় ১৮জন লোক।
  • এতিয়ালৈকে আৰোগ্য হৈছে ২১৪৭১২জন লোক।
  • ইফালে, চিকিৎসাধীন হৈ আছে ২৫৬জন ৰোগী।
  • উল্লেখ্য যে, এতিয়ালৈকে অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in