দ্ৰুত হাৰত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা, বিশ্বত এতিয়ালৈকে ২৮০,৪৫১ জনে হেৰুৱাইছে প্ৰাণ…

দ্ৰুত হাৰত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা, বিশ্বত এতিয়ালৈকে ২৮০,৪৫১ জনে হেৰুৱাইছে প্ৰাণ…

সময়ঃ ১০ মে'ৰ দুপৰীয়া ১২ বজালৈকে

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,১০১,৯৭৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২৮০,৪৫১

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৮০,০৩৭

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ১,৩৪৭,৩১০

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৮০,০৩৭ জন।
  • স্পেইনঃ ২৬,৪৭৮ জন।
  • ইটালীঃ ৩০,৩৯৫ জন।
  • ফ্ৰান্সঃ ২৬,৩১০ জন।
  • চীনঃ ৪,৬৩৩ জন।
  • ইৰাণঃ ৬,৫৮৯ জন।
  • ইংলেণ্ডঃ ৩১,৫৮৭ জন।
  • বাংলাদেশঃ ২১৪ জন।
  • পাকিস্তানঃ ৬৩৯ জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ১,৮২৭ জন।
  • গ্ৰীচঃ ১৫১ জন।
  • জাপানঃ ৬০৭জন।
  • ভাৰতঃ ২,১০২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৬২,৯১৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২১০২জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৬২
  • মহাৰাষ্ট্ৰঃ ২০,২২৮
  • গুজৰাটঃ ৭৭৯৭
  • দিল্লীঃ ৬৫৪২
  • মধ্যপ্ৰদেশঃ ৩,৪৫৭
  • ৰাজস্থানঃ ৩,৭৪১
  • তামিলনাডুঃ ৬৫৩৫
  • উত্তৰপ্ৰদেশঃ ৩,৩৭৩
  • অন্ধ্ৰপ্ৰদেশঃ ১,৯৩০
  • তেলেংগানাঃ ১,১৬৩
  • পশ্চিমবংগঃ ১,৭৮৬
  • জম্মু-কাশ্মীৰঃ ৮৩৬
  • কৰ্ণাটকঃ ৭৯৪
  • পঞ্জাৱঃ ১,৭৬২
  • কেৰালাঃ ৫০৬
  • বিহাৰঃ ৬২৯
  • হাৰিয়ানাঃ ৬৭৫
  • উত্তৰাখণ্ডঃ ৬৭
  • চণ্ডীগড়ঃ ১৬৯
  • লাডাখঃ ৪২
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৫৯
  • ঝাৰখণ্ডঃ ১৫৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৩
  • চিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৩৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in