সন্ধিয়া ৭ বজালৈ COVID-19ত আক্ৰান্ত হৈ ক’ত কিমান লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

সন্ধিয়া ৭ বজালৈ COVID-19ত আক্ৰান্ত হৈ ক’ত কিমান লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ৬ এপ্ৰিল২০২০ৰ সন্ধিয়া ৭ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,২৮,৭৪২জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৭০,৫৫৯ জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৫,৮৮৭জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (৩৩৬,৯০৬জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ৯,৬২৪জন।
• ইটালীঃ ১৫,৮৮৭জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,০৫৫ জন।
• ইৰাণঃ ৩,৭৩৯ জন।
• ইংলেণ্ডঃ ৪৯৩৪জন।
• ফ্ৰান্সঃ ৮০৭৮জন।
• বাংলাদেশঃ ১৩ জন।
• পাকিস্তানঃ ৫০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৭জন।
• গ্ৰীচঃ ৭৬জন।
• জাপানঃ ৮৫জন।
• ভাৰতঃ ১২৫জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৫৪৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ১২জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৬
  • মহাৰাষ্ট্ৰঃ ৭৮১
  • কেৰালাঃ ৩২৭
  • তামিলনাডুঃ ৬২১
  • দিল্লীঃ ৫২৩
  • অন্ধ্ৰপ্ৰদেশঃ ৩০৩
  • ৰাজস্থানঃ ২৮৮
  • তেলেংগানাঃ ৩৩৪
  • উত্তৰপ্ৰদেশঃ ৩০৫
  • কৰ্ণাটকঃ ১৬৩
  • মধ্যপ্ৰদেশঃ ১৯৩
  • গুজৰাটঃ ১৪৪
  • জম্মু-কাশ্মীৰঃ ১০৯
  • পঞ্জাৱঃ ৬৮
  • হাৰিয়ানাঃ ৯০
  • পশ্চিমবংগঃ ৮০
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ৩১
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in