নিশা ৯ বজালৈকে বিশ্ব আৰু ভাৰতত ক’ত কিমান কোৰোনাত আক্ৰান্ত, সবিশেষ তথ্য…

নিশা ৯ বজালৈকে বিশ্ব আৰু ভাৰতত ক’ত কিমান কোৰোনাত আক্ৰান্ত, সবিশেষ তথ্য…

সময়ঃ ২৮ মাৰ্চ, ২০২০ৰ নিশা ৯ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬২১৫৯২জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ২৮,৭৯১জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (৯১৩৪ জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১,০৫,১৬১ জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

  • আমেৰিকাঃ ১৭২২জন।
  • ইটালীঃ ৯১৩৪জন।
  • চীনঃ ৩২৯৫জন।
  • স্পেইনঃ ৫৮১২জন।
  • ইৰাণঃ ২৫১৭জন।
  • ইংলেণ্ডঃ ১০১৯জন।
  • ফ্ৰান্সঃ ১৯৯৫জন।
  • বাংলাদেশঃ ৫জন।
  • পাকিস্তানঃ ১২জন।
  • নেপালঃ ০জন।
  • ৰাছিয়াঃ ৪জন।
  • গ্ৰীচঃ ২৮জন।
  • জাপানঃ ৪৯জন।
  • ভাৰতঃ ২১জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৯৮৪জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • কেৰালাতঃ ১৮২
  • মহাৰাষ্ট্ৰঃ ১৮১
  • কৰ্ণাটকঃ ৭৬
  • তেলেংগানাঃ ৬৫
  • উত্তৰপ্ৰদেশঃ ৬১
  • গুজৰাটঃ ৫৫
  • ৰাজস্থানঃ ৫৪
  • তামিলনাডুঃ ৪২
  • দিল্লীঃ ৪০
  • পঞ্জাৱঃ ৩৮
  • হাৰিয়ানাঃ ৩৪
  • মধ্যপ্ৰদেশঃ ৩৪
  • জম্মু-কাশ্মীৰঃ ২৮
  • পশ্চিমবংগঃ ১৭
  • বিহাৰঃ ৯
  • অন্ধ্ৰপ্ৰদেশঃ ১৩
  • লাডাখঃ ১৩
  • ছণ্ডীগড়ঃ ৮
  • ছত্তীশগড়ঃ ৭
  • উত্তৰাখণ্ডঃ ৬
  • গোৱাঃ ৩
  • হিমাচলপ্ৰদেশঃ ৩
  • ওড়িশ্যাঃ ৩
  • মণিপুৰঃ ১
  • মিজোৰামঃ ১
  • পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in