শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

সমগ্ৰ বিশ্বত ৪৯সহস্ৰাধিক লোকৰ মৃত্যু COVID-19ত, পঢ়ক ক’ত কিমান আক্ৰান্ত…

473

সময়ঃ ২ এপ্ৰিল, ২০২০ৰ বিয়লি বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৯,২৪৪ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৪৯,১৬০ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,১৫৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২১৫,৬২জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৫,১১৩জন।
• ইটালীঃ ১৩,১৫৫জন।
• চীনঃ ৩,৩১৮জন।
• স্পেইনঃ ১০,০০৩জন।
• ইৰাণঃ ৩১৬০জন।
• ইংলেণ্ডঃ ২,৯৬১জন।
• ফ্ৰান্সঃ ৪০৩২জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩১ জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩০জন।
• গ্ৰীচঃ ৫২জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৬৯জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৩৯৭জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৬জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ১৬
  • মহাৰাষ্ট্ৰঃ ৪১৬
  • কেৰালাতঃ ২৮৬
  • তামিলনাডুঃ ৩০৯
  • দিল্লীঃ ২১৯
  • অন্ধ্ৰপ্ৰদেশঃ ১৪৩
  • ৰাজস্থানঃ ১৩৩
  • তেলেংগানাঃ ১২৭
  • উত্তৰপ্ৰদেশঃ ১২১
  • কৰ্ণাটকঃ ১২১
  • মধ্যপ্ৰদেশঃ ৯৮
  • গুজৰাটঃ ৮৭
  • জম্মু-কাশ্মীৰঃ ৭০
  • পঞ্জাৱঃ ৪৭
  • হাৰিয়ানাঃ ৪৯
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ২৪
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৩
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ৭
  • গোৱাঃ ৫
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ১
  • মিজোৰামঃ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি