অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ২৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ পাইছে বৃদ্ধি।
  • শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮জন লোক।
  • এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২০১জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৩০৩জন ৰোগী।
  • উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in