অসমত আকৌ ৫৮৩জন কোভিড পজিটিভ…

অসমত আকৌ ৫৮৩জন কোভিড পজিটিভ…
  • অসমত আকৌ ৫৮৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১৯৩জন গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২০৮৯৩জনলৈ পাইছে বৃদ্ধি।
  • অসমত সোমবাৰৰ দিনটোত সুস্থ হৈছে ৯৮জন লোক।
  • এতিয়ালৈকে ৰাজ্যত আৰোগ্য হৈ ঘৰলৈ উভতিছে ২১৬০৪১জন লোক।
  • এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ২৩৮৭জন ৰোগী।
  • ইফালে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১১৮জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in