অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ…

অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ…
  • অসমত পুনৰ ৩৪৬৩ জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ২৬৭ জন শোণিতপুৰৰ, ২৬৪ জন কাছাৰৰ, ২৪৬ জন কামৰূপ মহানগৰীৰ আৰু ২১২ জন তিনিচুকীয়াৰ।
  • এতিয়ালৈকে ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০ জনলৈ বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৫৬০০ জন লোক।
  • আনহাতে, ৰাজ্যত দিনটোত কোৰোনাত আক্ৰান্ত ৪২ জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪৩২৯৮ জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in