শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ…

  • অসমত পুনৰ ৩৪৬৩ জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ২৬৭ জন শোণিতপুৰৰ, ২৬৪ জন কাছাৰৰ, ২৪৬ জন কামৰূপ মহানগৰীৰ আৰু ২১২ জন তিনিচুকীয়াৰ।
  • এতিয়ালৈকে ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০ জনলৈ বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৫৬০০ জন লোক।
  • আনহাতে, ৰাজ্যত দিনটোত কোৰোনাত আক্ৰান্ত ৪২ জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪৩২৯৮ জন ৰোগী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি