ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৩গৰাকী ৰোগীৰ মৃত্যু…

ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৩গৰাকী ৰোগীৰ মৃত্যু…
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ৩গৰাকী ৰোগীৰ মৃত্যু।
  • মৃত তিনিওগৰাকী ৰোগী জি এম চি এইচৰ আই চি ইউত ভৰ্তি হৈ আছিল।
  • মৃত ৰোগী কেইজন হৈছে নিলাক্ষী সিং(৪০), গুৱাহাটী, অজিত কুমাৰ(৬৩) নগাঁও, সুভাৱতী দেৱী (৫৫)।
  • মৃত ৰোগীকেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in