শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্যত আকৌ ৪৪৮৯ জন কোভিড পজিটিভ, ২৯ জনে হেৰুৱালে প্ৰাণ…

488
  • অসমত নতুনকৈ ৪৪৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত সোমবাৰৰ দিনটোত ৫৫৯৩৯জন লোকক কোভিড টেষ্ট কৰা হয়।
  • ইয়াৰে ভিতৰত এই লোক কেইজন অৰ্থাৎ ৪৪৮৯জনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে।
  • ইফালে, ৰাজ্যত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ২৯জনৰ মৃত্যু।
  • ৰাজ্যত বৰ্তমান আৰোগ্য হোৱা লোকৰ হাৰ ৮৮.৯১ শতাংশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি