আকৌ বৃৃদ্ধিঃ নগাঁঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ তিনিগৰাকী লোকৰ দেহত কোৰোনা…

আকৌ বৃৃদ্ধিঃ নগাঁঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ তিনিগৰাকী লোকৰ দেহত কোৰোনা…
  • ৰাজ্যত পুনৰ ৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • নগাঁঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ তিনিগৰাকী লোকৰ দেহত কোৰোনা।
  • এই কথা সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্যা ২৫৯লৈ বৃদ্ধি।
  • ইয়াৰ ভিতৰত ৫৪গৰাকী আৰোগ্য হোৱাৰ লগতে ১৯৮ গৰাকী চিকিতসাধীন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in