কোৰোনা ভাইৰাছত বিশ্বৰ কিমান লোক হৈছে আক্ৰান্ত, সকলো খবৰ একেলগে…

কোৰোনা ভাইৰাছত বিশ্বৰ কিমান লোক হৈছে আক্ৰান্ত, সকলো খবৰ একেলগে…

সময়ঃ ২ এপ্ৰিল, ২০২০ৰ বিয়লি ১.৩০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৯৩৭,৯৭৬ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৪৭,২৭৯ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,১৫৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২১৫,৩৪৪জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৫,১১২জন।
• ইটালীঃ ১৩,১৫৫জন।
• চীনঃ ৩,৩১৮জন।
• স্পেইনঃ ৯,৩৮৭জন।
• ইৰাণঃ ৩০৩৬জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৪০৩২জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩১ জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩০জন।
• গ্ৰীচঃ ৫১জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২০৯৫জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫৭জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ১৬
  • কেৰালাতঃ ২৬৫
  • মহাৰাষ্ট্ৰঃ ৩৩৯
  • কৰ্ণাটকঃ ১১০
  • তেলেংগানাঃ ১২৭
  • উত্তৰপ্ৰদেশঃ ১১৭
  • গুজৰাটঃ ৮৭
  • ৰাজস্থানঃ ১২৯
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • পঞ্জাৱঃ ৪৬
  • হাৰিয়ানাঃ ৪৩
  • মধ্যপ্ৰদেশঃ ৯৮
  • জম্মু-কাশ্মীৰঃ ৬২
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • অন্ধ্ৰপ্ৰদেশঃ ১৩২
  • লাডাখঃ ১৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in