দেশত ৪৩জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ…

দেশত ৪৩জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ…

সময়ঃ ৩০মাৰ্চ, ২০২০ৰ নিশা ১২ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৯,৭২১জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩৬,৯৩২ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১১,৫৯১জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৫৬,৩০৩জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ২,৮৬৪জন।
• ইটালীঃ ১১,৫৯১জন।
• চীনঃ ৩,৩০৪জন।
• স্পেইনঃ ৭৩৪০জন।
• ইৰাণঃ ২,৭৫৭জন।
• ইংলেণ্ডঃ ১৪১৫জন।
• ফ্ৰান্সঃ ৩০২৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২১জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৯জন।
• গ্ৰীচঃ ৪৩জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ৪৩জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৩২৮জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৪৩জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৩৪
• মহাৰাষ্ট্ৰঃ ২২০
• কৰ্ণাটকঃ ৯১
• তেলেংগানাঃ ৭৭
• উত্তৰপ্ৰদেশঃ ৯৬
• গুজৰাটঃ ৭০
• ৰাজস্থানঃ ৭৯
• তামিলনাডুঃ ৬৭
• দিল্লীঃ ৯৭
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৩৬
• মধ্যপ্ৰদেশঃ ৪৭
• জম্মু-কাশ্মীৰঃ ৪৯
• পশ্চিমবংগঃ ২২
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২৩
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৩
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in