শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

বিশ্বত কোৰোনাৰ সংহাৰ! পঢ়ক ক’ত, কিমান মৃত্যু-আক্ৰান্ত…সবিশেষ

7,383

সময়ঃ ২৩মে’ নিশা ১২বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৫২,৬৩,০১৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩৩৭,৮১৩

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৯৭,১০২

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ১,৬৩২,৬২৯

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৯৭,১০২ জন।
  • স্পেইনঃ ২৮,৬২৮ জন।
  • ইটালীঃ ৩২,৬১৬জন।
  • ফ্ৰান্সঃ ২৮,১২৫ জন।
  • চীনঃ ৪,৬৩৪ জন।
  • ইৰাণঃ ৭,৩০০ জন।
  • ইংলেণ্ডঃ ৩৬,৩৯৩ জন।
  • বাংলাদেশঃ ৪৩২ জন।
  • পাকিস্তানঃ ১০৬৭ জন।
  • নেপালঃ ৩ জন।
  • ৰাছিয়াঃ ৩২৪৯ জন।
  • গ্ৰীচঃ ১৬৯ জন।
  • জাপানঃ ৭৭৭ জন।
  • ভাৰতঃ ৩,৭১২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,২৪,৪৬২ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৩,৭১২জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ২৫৯
  • মহাৰাষ্ট্ৰঃ ৪৪,৫৮২
  • গুজৰাটঃ ১৩,২৭৩
  • দিল্লীঃ ১২,৩১৯
  • মধ্যপ্ৰদেশঃ ৬,১৭০
  • ৰাজস্থানঃ ৬,৪৮৯
  • তামিলনাডুঃ ১৪,৭৫৩
  • উত্তৰপ্ৰদেশঃ৫৫১৫
  • অন্ধ্ৰপ্ৰদেশঃ ২৬৬৭
  • তেলেংগানাঃ ১৭৬১
  • পশ্চিমবংগঃ ৩৩৩২
  • জম্মু-কাশ্মীৰঃ ১৪৮৯
  • কৰ্ণাটকঃ ১৭৪৩
  • পঞ্জাৱঃ ২০২৯
  • কেৰালাঃ ৭৩৩
  • বিহাৰঃ ২১০৫
  • হাৰিয়ানাঃ ১০৬৮
  • উত্তৰাখণ্ডঃ ১৫৩
  • চণ্ডীগড়ঃ ২১৯
  • লাডাখঃ ৪৪
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ১৩২
  • ঝাৰখণ্ডঃ ৩২৩
  • মণিপুৰঃ ২৬
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৪
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৭৫
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি