বিশ্বত কোৰোনাৰ সংহাৰ! পঢ়ক ক’ত, কিমান মৃত্যু-আক্ৰান্ত…সবিশেষ

বিশ্বত কোৰোনাৰ সংহাৰ! পঢ়ক ক’ত, কিমান মৃত্যু-আক্ৰান্ত…সবিশেষ

সময়ঃ ২৩মে' নিশা ১২বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৫২,৬৩,০১৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩৩৭,৮১৩

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৯৭,১০২

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ১,৬৩২,৬২৯

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৯৭,১০২ জন।
  • স্পেইনঃ ২৮,৬২৮ জন।
  • ইটালীঃ ৩২,৬১৬জন।
  • ফ্ৰান্সঃ ২৮,১২৫ জন।
  • চীনঃ ৪,৬৩৪ জন।
  • ইৰাণঃ ৭,৩০০ জন।
  • ইংলেণ্ডঃ ৩৬,৩৯৩ জন।
  • বাংলাদেশঃ ৪৩২ জন।
  • পাকিস্তানঃ ১০৬৭ জন।
  • নেপালঃ ৩ জন।
  • ৰাছিয়াঃ ৩২৪৯ জন।
  • গ্ৰীচঃ ১৬৯ জন।
  • জাপানঃ ৭৭৭ জন।
  • ভাৰতঃ ৩,৭১২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,২৪,৪৬২ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৩,৭১২জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ২৫৯
  • মহাৰাষ্ট্ৰঃ ৪৪,৫৮২
  • গুজৰাটঃ ১৩,২৭৩
  • দিল্লীঃ ১২,৩১৯
  • মধ্যপ্ৰদেশঃ ৬,১৭০
  • ৰাজস্থানঃ ৬,৪৮৯
  • তামিলনাডুঃ ১৪,৭৫৩
  • উত্তৰপ্ৰদেশঃ৫৫১৫
  • অন্ধ্ৰপ্ৰদেশঃ ২৬৬৭
  • তেলেংগানাঃ ১৭৬১
  • পশ্চিমবংগঃ ৩৩৩২
  • জম্মু-কাশ্মীৰঃ ১৪৮৯
  • কৰ্ণাটকঃ ১৭৪৩
  • পঞ্জাৱঃ ২০২৯
  • কেৰালাঃ ৭৩৩
  • বিহাৰঃ ২১০৫
  • হাৰিয়ানাঃ ১০৬৮
  • উত্তৰাখণ্ডঃ ১৫৩
  • চণ্ডীগড়ঃ ২১৯
  • লাডাখঃ ৪৪
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ১৩২
  • ঝাৰখণ্ডঃ ৩২৩
  • মণিপুৰঃ ২৬
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৪
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৭৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in