শেহতীয়া খবৰ
দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি মৃত্যু হোৱাৰ সংখ্যা ২১জনলৈ বৃদ্ধি...

কোৰোনা ভাইৰাছত আক্ৰান্ত আন এগৰাকী ৰোগীৰ মৃত্যু আহমেদাবাদত…

383
  • কোৰোনা ভাইৰাছত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু।
  • আহমেদাবাদত মৃত্যু হোৱা মহিলাগৰাকী ভৰ্তি হৈ আছিল চিকিৎসালয়ত।
  • তেওঁৰ দেহত ধৰা পৰিছিল COVID-19।
  • ৮৫ বছৰীয়া মহিলা গৰাকী আহিছিল বিদেশৰ পৰা।
  • ২২ মাৰ্চত তেওঁক ভৰ্তি কৰা হৈছিল আহমেদাবাদৰ চিভিল হাস্পতালত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি