কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ…

কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ…

সময়ঃ ৩০ মাৰ্চ, ২০২০ৰ বিয়লি বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৭৩৭,৫৭৭জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩৫,০০০ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৪২,৭৯৩জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

আমেৰিকাঃ২,৪৯০জন।
• ইটালীঃ১০,৭৭৯জন।
• চীনঃ৩,৩০৪জন।
• স্পেইনঃ৭,৩৪০জন।
• ইৰাণঃ২,৭৫৭জন।
• ইংলেণ্ডঃ১,২২৮জন।
• ফ্ৰান্সঃ২,৬০৬জন।
• বাংলাদেশঃ৫জন।
• পাকিস্তানঃ২০জন।
• নেপালঃ০ জন।
• ৰাছিয়াঃ৯জন।
• গ্ৰীচঃ৩৯জন।
• জাপানঃ৫৪জন।
• ভাৰতঃ২৯জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,২১০জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ২৯জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ২১৫
• কৰ্ণাটকঃ৮৩
• তেলেংগানাঃ৭০
• উত্তৰপ্ৰদেশঃ৭২
• গুজৰাটঃ৬৯
• ৰাজস্থানঃ৬৯
• তামিলনাডুঃ৬৭
• দিল্লীঃ৭২
• পঞ্জাৱঃ৩৯
• হাৰিয়ানাঃ৩৬
• মধ্যপ্ৰদেশঃ৪৭
• জম্মু-কাশ্মীৰঃ৪৫
• পশ্চিমবংগঃ২২
• বিহাৰঃ১৫
• অন্ধ্ৰপ্ৰদেশঃ২৩
• লাডাখঃ১

  • আন্দমান নিকোবৰঃ ১০
  • ছণ্ডীগড়ঃ ১৩
  • ছত্তীশগড়ঃ ৭
  • উত্তৰাখণ্ডঃ ৭
  • গোৱাঃ ৫
  • হিমাচলপ্ৰদেশঃ ৩
  • ওড়িশ্যাঃ ৩
  • মণিপুৰঃ ১
  • মিজোৰামঃ ১
  • পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in