শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

প্ৰধানমন্ত্ৰীৰ শিতানৰ পৰা বহন কৰিব কোৰোণা ভেকচিনৰ খৰছ…

170

ডিজিটেল ডেস্কঃ দেশজুৰি ১৬ জানুৱাৰীৰ পৰা কোৰোনাৰ ভেকচিনৰ টিকাকৰণ আৰম্ভ হ’ব। খবৰ অনুসৰি প্ৰথমে হেলিকপ্টাৰ আৰু ফ্ৰন্টলাইন কৰ্মচাৰী সকলক এই ভেকচিন প্ৰদান কৰা হ’ব। প্ৰথম পৰ্যায়ত ভেকচিন লোৱাৰ বাবে ১ কোটি স্বাস্থ্য কৰ্মচাৰী আৰু ২ কোটি ফ্ৰন্টলাইন কৰ্মচাৰীক কোৰোনাৰ খৰচ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীৰ ফাণ্ডৰ পৰা।

উল্লেখ্য যে বিগত সপ্তাহত চিৰাম ইনষ্টিটিউট আফ ইণ্ডিয়াই কোৰোনা ভাইৰাছৰ প্ৰতিষেধক কোভিশ্বীল্ড আৰু ভাৰত বায়োটেকৰ কোভাশ্বিনৰ তৎকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা টিকাকৰণ অভিযানৰ বাবে ৬ কোটিৰো অধিক ভেকচিন কিনিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশ অনুসৰি এই ভেকচিনত সম্পূৰ্ণ খৰছৰ মূল্য প্ৰায় ১৩০০ কোটি টকা হ’বগৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে হোৱা বৈঠকত কয় যে, কোভিড-১৯ৰ বাবে টিকাকৰণ বিগত তিনি চাৰি সপ্তাহৰ পৰা প্ৰায় ৫০ দেশত দিয়া হৈছে আৰু এতিয়ালৈ আধা কোটি লোকৰ টিকাকৰণ কৰা হৈছে। অন্যহাতে ভাৰতৰ উদ্দেশ্য হৈছে আগন্তুক কিছু মাহৰ ভিতৰত ৩০ কোটি লোকক টিকাকৰণ কৰা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি