শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

কোৰোনাত আক্ৰান্ত হৈ দেশত ১লাখ ৮৭হাজাৰ লোক এতিয়াও হস্পাতালত…

66
  • বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ১৫হাজাৰ৩৮৮গৰাকী লোক।
  • মৃত্যু হৈছে ৭৭গৰাকী লোক আৰু সুস্থ হৈছে ১৬হাজাৰ ৫৯৬গৰাকী ৰোগী।
  • বৰ্তমানো দেশত হস্পাতালত থকা ৰোগীৰ সংখ্যা হৈছে ১লাখ ৮৭হাজাৰ ৪৬২গৰাকী।
  • মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১লাখ ৫৭হাজাৰা ৯৩০গৰাকী।
  • বৰ্তমানলৈ প্ৰায় ২কোটি লোকক প্ৰদান কৰা হৈছে ভেকচিন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি