কোৰোনাত আক্ৰান্ত হৈ দেশত ১লাখ ৮৭হাজাৰ লোক এতিয়াও হস্পাতালত…

্ৰতীকি
্ৰতীকি
  • বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ১৫হাজাৰ৩৮৮গৰাকী লোক।
  • মৃত্যু হৈছে ৭৭গৰাকী লোক আৰু সুস্থ হৈছে ১৬হাজাৰ ৫৯৬গৰাকী ৰোগী।
  • বৰ্তমানো দেশত হস্পাতালত থকা ৰোগীৰ সংখ্যা হৈছে ১লাখ ৮৭হাজাৰ ৪৬২গৰাকী।
  • মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১লাখ ৫৭হাজাৰা ৯৩০গৰাকী।
  • বৰ্তমানলৈ প্ৰায় ২কোটি লোকক প্ৰদান কৰা হৈছে ভেকচিন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in