COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ৬ এপ্ৰিল২০২০ৰ নিশা ১২ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,,৩০৭জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৭,৮৩১ জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৫২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (৩৫৬,৪১৪জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ১০,৪৯০জন।
• ইটালীঃ ১৬,৫২৩জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,১৬৯জন।
• ইৰাণঃ ৩,৭৩৯ জন।
• ইংলেণ্ডঃ ৫৩৭৩জন।
• ফ্ৰান্সঃ ৮৯১১জন।
• বাংলাদেশঃ ১৩ জন।
• পাকিস্তানঃ ৫২জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৭জন।
• গ্ৰীচঃ ৭৯জন।
• জাপানঃ ৮৫জন।
• ভাৰতঃ ১৩৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৭৭৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৩৬জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৬
  • মহাৰাষ্ট্ৰঃ ৮৬৮
  • কেৰালাঃ ৩২৭
  • তামিলনাডুঃ ৬২১
  • দিল্লীঃ ৫২৫
  • অন্ধ্ৰপ্ৰদেশঃ ৩০৩
  • ৰাজস্থানঃ ৩০১
  • তেলেংগানাঃ ৩৬৪
  • উত্তৰপ্ৰদেশঃ ৩০৫
  • কৰ্ণাটকঃ ১৬৩
  • মধ্যপ্ৰদেশঃ ২৫৬
  • গুজৰাটঃ ১৪৬
  • জম্মু-কাশ্মীৰঃ ১০৯
  • পঞ্জাৱঃ ৭৯
  • হাৰিয়ানাঃ ১১০
  • পশ্চিমবংগঃ ৮০
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ৩১
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in