ৰাজ্যত আকৌ ৩১৮জন আক্ৰান্ত কোৰোনাত, ৩জনে হেৰুৱালে প্ৰাণ…

ৰাজ্যত আকৌ ৩১৮জন আক্ৰান্ত কোৰোনাত, ৩জনে হেৰুৱালে প্ৰাণ…
  • ৰাজ্যত আকৌ ৩১৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০০৭০৯জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, দেওবাৰে সুস্ত হৈছে ৫৯৯জন লোক।
  • ৰাজ্যত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ১৭১৬৮০জন।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৮১৫৮জন ৰোগী।
  • উল্লেখ্য যে, দেওবাৰে কোৰোনাত আক্ৰান্ত ৩জনে প্ৰাণ হেৰুওৱাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬৯জনলৈ পাইছে বৃদ্ধই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in