শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...  •  জীৱন জিন্দাবাদ শ্লোগানেৰে আগবঢ়া নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ…

ৰাজ্যত আকৌ ৩১৮জন আক্ৰান্ত কোৰোনাত, ৩জনে হেৰুৱালে প্ৰাণ…

334
  • ৰাজ্যত আকৌ ৩১৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০০৭০৯জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, দেওবাৰে সুস্ত হৈছে ৫৯৯জন লোক।
  • ৰাজ্যত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ১৭১৬৮০জন।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৮১৫৮জন ৰোগী।
  • উল্লেখ্য যে, দেওবাৰে কোৰোনাত আক্ৰান্ত ৩জনে প্ৰাণ হেৰুওৱাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬৯জনলৈ পাইছে বৃদ্ধই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি