ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৯৭৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যত এতিয়ালৈকে সুস্থ হৈছে ২১৩৪৯২জন লোক।
  • আনহাতে, মৃত্যু হাছে ১০৭৭জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in