প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ২৮ মাৰ্চ, ২০২০ৰ নিশা ১১ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৪২২৪০জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ২৯,৯০৮জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০০২৩জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১,১৩,৬৭৭জন)

কোৰোনাভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

  • আমেৰিকাঃ ১৯০৩জন।
  • ইটালীঃ ১০০২৩জন।
  • চীনঃ ৩২৯৫জন।
  • স্পেইনঃ ৫৮১২জন।
  • ইৰাণঃ ২৫১৭জন।
  • ইংলেণ্ডঃ ১০১৯জন।
  • ফ্ৰান্সঃ ১৯৯৫জন।
  • বাংলাদেশঃ ৫জন।
  • পাকিস্তানঃ ১২জন।
  • নেপালঃ ০জন।
  • ৰাছিয়াঃ ৪জন।
  • গ্ৰীচঃ ৩২জন।
  • জাপানঃ ৪৯জন।
  • ভাৰতঃ ২১জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১০০৪জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • কেৰালাতঃ ১৮২
  • মহাৰাষ্ট্ৰঃ ১৮৭
  • কৰ্ণাটকঃ ৭৬
  • তেলেংগানাঃ ৬৭
  • উত্তৰপ্ৰদেশঃ ৬১
  • গুজৰাটঃ ৫৫
  • ৰাজস্থানঃ ৫৪
  • তামিলনাডুঃ ৪২
  • দিল্লীঃ ৪৯
  • পঞ্জাৱঃ ৩৮
  • হাৰিয়ানাঃ ৩৪
  • মধ্যপ্ৰদেশঃ ৩৪
  • জম্মু-কাশ্মীৰঃ ৩৩
  • পশ্চিমবংগঃ ১৭
  • বিহাৰঃ ৯
  • অন্ধ্ৰপ্ৰদেশঃ ১৯
  • লাডাখঃ ১৩
  • ছণ্ডীগড়ঃ ৮
  • ছত্তীশগড়ঃ ৭
  • উত্তৰাখণ্ডঃ ৬
  • গোৱাঃ ৩
  • হিমাচলপ্ৰদেশঃ ৩
  • ওড়িশ্যাঃ ৩
  • মণিপুৰঃ ১
  • মিজোৰামঃ ১
  • পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in