ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি…

ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি…
  • ৰাজ্যত দেওবাৰে ১২২৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৬৬৮০জনলৈ পাইছে বৃদ্ধি।
  • ইয়াৰে ৩২৭জন কামৰূপ মেট্ৰ আৰু ১১৪জন যোৰহাটৰ।
  • ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ দেওবাৰে সুস্থ হৈছে ১৭৯৫জন লোক।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ১২৭৩৩৫জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৭৮০জন ৰোগী।
  • উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৫৬২জন লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in